Ripunjay Bordoloi

communicating science

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী – published on Bigyan Surabhi, May, 2014 ২০১৪ বৰ্ষটো আটাইতকৈ সৌভাগ্যৰ বৰ্ষ হিচাপে চিহ্নিত হৈছে কিয়নো এই বছৰতে বিশ্বৰ এগৰাকী মহান বিজ্ঞানীৰ জন্ম শতবাৰ্ষিকী পৰিছে৷ জ’নাছ এডৱাৰ্ড ছক এজন বিখ্যাত আমেৰিকান ভাইৰাছ বিশেষজ্ঞ ৷ ছক সেইগৰাকী বিজ্ঞানী, যিয়েনেকি বিশ্বত মহামাৰীৰ সৃষ্টি কৰা দুৰাৰোগ্য পলিঅ’ৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছিল৷ এইজনা মহান বিজ্ঞানীৰ জন্ম […]

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী Read More »

গণিতজ্ঞ বিজয় কৃষ্ণ দেৱশৰ্মাৰ লগত এখন্তেক…

গণিতজ্ঞ বিজয় কৃষ্ণ দেৱশৰ্মাৰ লগত এখন্তেক… – published on Janambhumi, Dec, 2016 ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, বহুমুখী প্ৰতিভাধৰ, বিজ্ঞান আৰু গণিতৰ লেখক ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১৬ ডিচেম্বৰ তাৰিখে, বৰপেটাত৷ বৰপেটা উচ্ছ ইংৰাজী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা গণিতত সন্মানসহ স্নাতক হয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত স্নাতকোত্তৰ

গণিতজ্ঞ বিজয় কৃষ্ণ দেৱশৰ্মাৰ লগত এখন্তেক… Read More »

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ – published on Saraighat Year Book, 2017, 2018, 2019 ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হ’ল ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৰিচালিত এটি গুৰুত্বপূৰ্ণ বিজ্ঞান জনপ্ৰিয়কৰণ কাৰ্যসূচী আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ লাখ লাখ শিশুক বিজ্ঞানৰ প্ৰতি সচেতন কৰাৰ উপৰিও তেওঁলোকৰ মনত বিজ্ঞান মানসিকতা গঢ় দিবলৈ চেষ্টা কৰা হয়৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ Read More »

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান – published on SISHUBANI, Rongmela Prakashan, April, 2017 ২০১৩ চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ‘খাদ্য আৰু কৃষি সংস্থা’ই [Food and Agriculture Organization; FAO] ২০১৬ বৰ্ষটোক আন্তৰ্জাতিক মাহ শস্য বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেই উদ্দেশ্য আগত ৰাখিয়েই ভাৰতৰ মাহ শস্য আৰু বীজ শস্যৰ বেহা-বেপাৰৰ লগত জড়িত

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান Read More »

অৰণ্য মানৱ যাদৱ পায়েং

অৰণ্য মানৱ যাদৱ পায়েং – published on Otabi, 100 years Celebration Magazine of Behali Reserve Forest, March 2017  যোৰহাটৰ পৰা উত্তৰে জগন্নাথ বৰুৱা পথেৰে প্ৰায় ১০ কিল’মিটাৰ গ’লে ব্ৰহ্মপুত্ৰৰ পাৰতে পোৱা যায়– ককিলামুখ৷ তাৰ কাষৰে ২ নং মিছিং গাঁৱত থাকে ‘মুলাই’৷ ককিলামুখৰ পৰা খৰালি খোজকাঢ়ি অথবা ট্ৰেক্টৰৰ সহায়ত বালিচৰ আৰু মাজে মাজে সৰু সৰু পানীৰ

অৰণ্য মানৱ যাদৱ পায়েং Read More »

ভিটামিন

ভিটামিন – published on Janasadharan Sunday Issue, 27Dec, 2009 আপোনাৰ বাৰু ভাগৰ লাগিছে নেকি? এটা ভিটামিন-‘বি’ টেবলেট খাওঁক৷ আপোনাৰ ঠাণ্ডা লাগিছে? ভিটামিন- ‘চি’ ৰ সম্পূৰ্ণ ‘কৰ্ছ’ এটা লওঁক৷ যদি আপোনাৰ চুলিখিনি উজ্জ্বল, চকুত লগা কৰিব বিচাৰিছে তেনেহ’লে ভিটামিন-‘ই’ ব্যৱহাৰ কৰক৷ ভিটামিন যিকোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবৰ বাবে নিতান্তই প্ৰয়োজন৷ ভিটামিনে আপোনাক সক্ৰিয়, চাপমুক্ত আৰু

ভিটামিন Read More »

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা – published on Spandan, NCSC Souvenir, 2013 বিশ্বনাথ চাৰিআলি অঞ্চলত বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বহুকেইজন ব্যক্তিৰ কথাকে উল্লেখ কৰিব লাগিব৷ পোনপ্ৰথনে আমি যাব লাগিব আজিৰ পৰা এশ ষাঠি বছৰ আগলৈ অৰ্থাৎ ১৮৫৫ চনতে গহপুৰৰ নিধি লেৱাই ফাৰৱেল ওৰফে নিধিৰাম কেওঁটে ইংৰাজ মিছনেৰীৰ সান্নিধ্যত অসমীয়া ভাষাৰ বিজ্ঞানৰ প্ৰথমখন পুথি

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা Read More »

কল্পবিজ্ঞান

কল্পবিজ্ঞান – published on Natun Rongmela, October, 2015 ‘কল্পবিজ্ঞান’ বুলি ক’লে বিশ্বৰ বহুকেইজন কল্পবিজ্ঞান লেখকৰ নাম মনলৈ আহে৷ সেইসকল মহান লেখকৰ ভিতৰত বিশেষকৈ জুল ভাৰ্ন, এইচ জি ৱেলচ আৰু ৰবাৰ্ট লুই ষ্টিভেনছনৰ কথাকে লিখিব ওলাইছো৷ এই তিনিগৰাকী ব্যক্তিৰ কল্পবিজ্ঞানৰ লিখনিয়ে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল৷ বৰ্তমান কালৰ কল্পবিজ্ঞানৰ ভেটি স্থাপনত তিনিওগৰাকী ব্যক্তিৰ গুৰুত্ব অপৰিসীম৷জুলভাৰ্নে জীৱনত

কল্পবিজ্ঞান Read More »

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান – published on Natun Rongmela, October, 2014 বৰ্তমান একবিংশ শতিকাত থিয় হৈ আমি যেনিয়েই চাওঁ সকলোতে বিজ্ঞানৰ পৰশ অনুভৱ কৰা যায়৷ বিজ্ঞানৰ অৱদান মানৱ সমাজৰ কোনটো ক্ষেত্ৰত প্ৰয়োজন হোৱা নাই৷ আমি এইটো স্বীকাৰ কৰিবই লাগিব যে, বিশ্বৰ যিকেইখন দেশে বিজ্ঞানক আগতীয়াকৈ গ্ৰহণ কৰিছিল, সেই কেইখন বৰ্তমান প্ৰথম বিশ্বৰ দেশ হিচাপে

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান Read More »

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা – published on  Yearly Magazine Radhakrishnan, 2015 “If we teach today’s students as we taught yesterday’s, we rob them of tomorrow” – John Dewey জন ডিৱিৰ মতে, আমি যদি আজিৰ ছাত্ৰ-ছাত্ৰীসকলক আগৰ দিনত ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ দৰে শিকাও, তেনে কৰিলে তেওঁলোকৰ ভৱিষ্যতটো কাঢ়ি অনাৰ দৰে হ’ব৷ বহু শিক্ষাবিদৰ লগতে জন ডি

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা Read More »

Don`t copy text!