বিজ্ঞানতো ধৰ্ম (properties) আছে, ধৰ্মতো বিজ্ঞান (science) আছে, অভাৱ মাত্ৰ বিজ্ঞান আৰু ধৰ্মৰ সিদ্ধান্ত সমূহৰ শুদ্ধ বাখ্যাকাৰীৰ হে!
I have devoted my entire career in teaching and guiding students both in academic career as well as in developing a scientifically nurtured healthy way of life.
RIPUNJAY BORDOLOI
“শিল্পী, ক্ষমাশীল আৰু কৰ্মপটু গুনেহে এগৰাকী শিক্ষকক সম্পূৰ্ণ কৰি তোলে”
Paryavaran Mitra Puraskar
Paryavaran Mitra Puraskar: Best Teacher Award (Assam), 2013 – Awarded by Govt. of India, Ministry of Environment & Forest, Centre for Environment Education (CEE), UNEP, UNESCO, ASTEC, AXOM SSA MISSION.
ABOUT ME!
" স্মৃতি হেৰাই যোৱাতকৈ সংৰক্ষণ কৰাই শ্ৰেয় "
ৰিপুঞ্জয় বৰদলৈ (১৯৮৪) একাধাৰে বিশিষ্ট বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী আৰু সমাজ সচেতক শিক্ষক॥ অসমত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ আৰু বৈজ্ঞানিক মানসিকতা গঠনৰ বাবে ৰিপুঞ্জয় বৰদলৈয়ে গঠনমূলক কাম-কাজ কৰি আহিছে। বিজ্ঞান জেউতি’, ‘প্ৰান্তিক’, ‘সাতসৰী’, ‘নতুন ৰংমেলা’, ‘অন্যযুগ’ আলোচনীৰ লগতে ‘মুক্তচিন্তা’, ‘অনুৰণন’ ই আলোচনীৰ নিয়মীয়া লেখক। অসমীয়া বিভিন্ন বাতৰি কাকত, গ্ৰন্থ আদিত তেওঁ বিজ্ঞান বিষয়ক লেখা লিখাৰ উপৰিও ব্যৱহাৰিকভাৱে হাতে-কামে বিজ্ঞান শিক্ষাৰ সত্যাসত্য জনসমাজলৈ লৈ যাবলৈ উদ্যোগ গ্ৰহণ কৰি আছে – অসমীয়া ৱিকিপিডিয়া
Ripunjay Bordoloi is an integral part of AKASH SCIENCE & ENVIRONMENT EDUCATION CENTRE. What he has accomplished throughout his career is truly inspiring.
with best wishes @Kshiradhar Baruah
You'll also love
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.
Lines from poems
Victor Hansen
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis leo…
Consider the visual
Victor Hansen
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis leo…
Essence of the book
Victor Hansen
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis leo…
ARTICLES
পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব
পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব – published on ASTITWAR SANDHANAT,...
Read Moreপৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম
পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম – published on Sabda Silpar...
Read Moreডাইনী হত্যাঃ সামাজিক ব্যাধি
ডাইনী হত্যাঃ সামাজিক ব্যাধি – published on Anuranan, May, 2021...
Read Moreকৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি?
কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি? – published on Natun...
Read More