Ripunjay Bordoloi

talks and seminars on science popularization

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব – published on ASTITWAR SANDHANAT, E-magazine, Assam Science Writters Association , 5-6-2021 বিশ্ব পৰিৱেশ দিৱসৰ ২০২১ চনৰ মূল বিষয় হ’ল,‘পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ’। ইক’চিষ্টেম বা পৰিস্থিতিতন্ত্ৰত জীৱ আৰু জড় সকলোখিনিকে সাঙুৰি লোৱা হয়। ঠাইভেদে পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। যেনে- সাগৰৰ তলৰ পৰিস্থিতি তন্ত্ৰ, মৰুভূমিৰ পৰিস্থিতিতন্ত্ৰ, জলাশয় সমূহৰ পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। এই […]

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব Read More »

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা – published on 13 April, Parikrama, Assamiya Pratidin, 2020 পোনপ্ৰথমে কৈছোঁ, অসমীয়া মানুহক কোনো কৰ’নাৰ দৰে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিলে হয় যদিহে আমি আমাৰ সমাজ ব্যৱস্থাৰ নীতি-নিয়ম মানি চলিলোহেঁতেন৷ আপোনালোকে এবাৰ ভাবি চাওঁকচোন, কৰ’নাাৰ বাবে সুৰক্ষিত হৈ থাকিবলৈ আমি কি কি সাৱধনতা ল’বলগীয়া হৈছে! এই সাৱধনতাসমূহ আমাৰ সমাজৰ কাৰণে

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা Read More »

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে?

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে? – published on Ityadi Janasadharan, 13 September, 2009 ‘‘সৰ্বনাশী প্ৰাকৃতিক দুৰ্যোগ ছুনামীৰ ধ্বংসলীলা আৰম্ভ হোৱাৰ কেইমিনিটমানৰ আগতে ভাৰতীয় উপকূল অঞ্চলত থকা জীৱ-জন্তুবোৰ জাকে জাকে ওচৰৰ পাহাৰত উঠিছিলগৈ’’; এই বক্তব্য তামিলনাডু চৰকাৰৰ মুখ্য বন সংৰক্ষক জে. চি. কালাৰৰ৷ নাগাপট্টিনাম জিলাৰ পইণ্ট কেলিমাৰ অভয়ৰাণ্যৰ দুহাজাৰৰো অধিক জীৱ-জন্তুৰ ভিতৰত মাত্ৰ এটা বন গাহৰিহে মৃত্যুমুখত

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে? Read More »

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা – published on Deubariya Khabar, Asamiya Khabar, 6 October, 2013 Bigyan Jeuti, August-September, 2014 আপোনালোকে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰৰ দৰে বিভিন্ন হিন্দু দেৱ-দেৱীৰ নামত থকা মন্দিৰৰ কথা শুনিছে, কিন্তু বিজ্ঞানৰ নামতোযে মন্দিৰ আছে বহুতে নাজানে৷ কিন্তু কোনেও নজনা এই মন্দিৰ স্থাপন হৈছিল ১৯৫৭ চনত, পণ্ডিত জৱাহৰলাল নেহৰুৰ দিনত৷ ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা Read More »

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস – published on Sadin, 11January,2013 বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণি কেতিয়া হ’ল বুলি ক’বলৈ অতি কঠিন কাৰণ মানৱ সভ্যতা আৰম্ভ হোৱাৰ লগে লগে বিজ্ঞান শিক্ষাৰো আৰম্ভণি বুলি ক’ব পাৰি৷ ক্ৰ’মগনন (Cro-Magnon) বা নিনডাৰথেল মেন (Neanderthal man) যাক মানৱ সভ্যতাৰ আৰম্ভণিৰ আগৰ পৰ্যায় বুলি ধৰা হয়, সেইসকল জীৱই কিছু পৰিমাণে শিলৰ সঁজুলি

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস Read More »

বংশগতি আৰু মানৱ জীৱন

বংশগতি আৰু মানৱ জীৱন – published on Bigyan Jeuti, Feb-March, 2010 “হেৰৌ পুতুকণৰ বোৱাৰী, তোৰ ল’ৰাটোৰ গঢ় যে বাপেকৰ নিচিনাই হৈছে পায়৷ নাকটোহে তোৰ লগত মিলে…৷” সদ্যোজাত শিশুক এনেদৰে মন্তব্য কৰাটো সকলাৰে অভ্যাসৰ দৰে৷ সাইলাখ মাক-বাপেকৰ নিচিনা নহ’লেও ল’ৰা-ছাৱোলীয়ে যে বহু পৰিমাণে মাক-বাপেকৰ গঢ় পায় সেইটো সকলােৱেই জানে৷ কিয় বা কেনেকৈ সতি-সন্ততিয়ে বংশানুক্ৰমে পিতৃ-পিতামহৰ গুণাগুণ

বংশগতি আৰু মানৱ জীৱন Read More »

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী – published on Bigyan Surabhi, May, 2014 ২০১৪ বৰ্ষটো আটাইতকৈ সৌভাগ্যৰ বৰ্ষ হিচাপে চিহ্নিত হৈছে কিয়নো এই বছৰতে বিশ্বৰ এগৰাকী মহান বিজ্ঞানীৰ জন্ম শতবাৰ্ষিকী পৰিছে৷ জ’নাছ এডৱাৰ্ড ছক এজন বিখ্যাত আমেৰিকান ভাইৰাছ বিশেষজ্ঞ ৷ ছক সেইগৰাকী বিজ্ঞানী, যিয়েনেকি বিশ্বত মহামাৰীৰ সৃষ্টি কৰা দুৰাৰোগ্য পলিঅ’ৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছিল৷ এইজনা মহান বিজ্ঞানীৰ জন্ম

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী Read More »

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস – published on Natun Rongmela June 2014 ১৯৯৮ চনৰ ১১ মে’ তাৰিখ, ভাৰতবৰ্ষৰ এটা অঞ্চল পোখৰাণ৷সেই দিনটোত সেই ঠাইত এনে এটা ঘটনা ঘটিল যাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ লগতে পোখৰাণৰ নাম সকলোৰে পৰিচিত হৈ পৰিল৷ ভাৰতীয় হিচাপে উক্ত ঘটনাই আমাক গৌৰৱান্বিত কৰিলে আৰু শত্ৰু দেশৰ মূৰৰ কামোৰণি হ’ল৷ সেইদিনাখন ৰাজস্থানৰ পোখৰাণত ত্ৰিশূল

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস Read More »

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ – published on Satsari, July 2014 মূগা পলু, এৰি পলু পুহিবলৈ বেছিকৈ ব্যৱহাৰ কৰা গছকেইজোপা হ’ল– এৰা গছ, মেজাংকৰি, চোম গছ, শোৱালু, দীঘলতি আদি৷ এই গছসমূহৰ ঔছধি গুণৰ বিষয়ে বহুতে নাজানে, জানিও বহুতে ব্যৱসায়িক দিশত মনোনিৱেশ কৰিব পৰা নাই৷ এই লিখনিৰ জৰিয়তে অসমত অপৰ্যাপ্ত পৰিমাণে পোৱা উদ্ভিদসমূহৰ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ Read More »

Don`t copy text!