অৰণ্য মানৱ যাদৱ পায়েং

অৰণ্য মানৱ যাদৱ পায়েং – published on Otabi, 100 years Celebration Magazine of Behali Reserve Forest, March 2017  যোৰহাটৰ পৰা উত্তৰে জগন্নাথ বৰুৱা পথেৰে প্ৰায় ১০ কিল’মিটাৰ গ’লে ব্ৰহ্মপুত্ৰৰ পাৰতে পোৱা যায়– ককিলামুখ৷ তাৰ কাষৰে ২ নং মিছিং গাঁৱত থাকে ‘মুলাই’৷ ককিলামুখৰ পৰা খৰালি খোজকাঢ়ি অথবা ট্ৰেক্টৰৰ সহায়ত বালিচৰ আৰু মাজে মাজে সৰু সৰু পানীৰ […]

অৰণ্য মানৱ যাদৱ পায়েং Read More »