Ripunjay Bordoloi

Me as a resource person

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক – published on Deubariya Khabar, Asamiya Khabar, 5May, 2013 ১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া বাঘ হত্যা কৰাটো আইন মতে নিষিদ্ধ কৰিছিল; সেই সময়ত বন বিভাগে সমগ্ৰ দেশত বাঘৰ জৰীপ কৰি আচৰিত ধৰণৰ তথ্য লাভ কৰিছিল৷ সেই তথ্য মতে ভাৰতবৰ্ষত কেৱল ১৮০০টাহে ৰয়েল বেংগল টাইগাৰ আছে বুলি গম পোৱা গৈছিল৷ এই তথ্যই […]

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক Read More »

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি?

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি? – published on Natun Rongmela, 2020 আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ১৯৬ খন দেশলৈ বিয়পি পৰা কভিড-১৯ বা কৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাৱদ্ধ কৰিলে৷ সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, কৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি? Read More »

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ – published on Natun Rongmela, Satsari, May, 2017 স্নেপ্‌চট-১ ঃ ‘নমামী ব্ৰহ্মপুত্ৰ’ উৎসৱৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা ‘শিহু’ অসমৰ জাতীয় জলজ প্ৰাণী হোৱাৰ লগতে ৰাষ্ট্ৰীয় জলজ প্ৰাণীও৷ শিহু অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগস্বৰূপ৷ কিন্তু এশিঙীয়া গঁড়ৰৰ দৰে শিহুক সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা বৰ্তমানলৈকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰাটো নায়েই লগতে ‘আৰণ্যক’ৰ

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ Read More »

শতিকাৰ ধুমকেতু আইছন

শতিকাৰ ধুমকেতু আইছন – published on Natun Rongmela, October, 2013 ধুমকেতু আমাৰ বাবে সদায় এটা ৰহস্যৰে আগুৰা বস্তু হৈ আছে৷ আমি নিজৰ এটা জীৱনকালত দেখা ধুমকেতুবোৰ কেতিয়াও পুনৰাই দেখা নাপাওঁ৷ তাৰে কিছুমান বহু হাজাৰ বছৰ পিছত পুনৰ পৃথিৱীলৈ আহে আৰু কিছুমান ধ্বংস হৈ পৰে৷ ধুমকেতু বহু আলোকবৰ্ষ দূৰৈত থকা কোনো নক্ষত্ৰপুঞ্জৰ পৰা ফালৰি কাটি অহা

শতিকাৰ ধুমকেতু আইছন Read More »

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে – published on Deubariaya Khabar, Asamiya Khabar, 29 April, 2012 & Bansurabhi, 30 November, 2013 শিহু পৰিষ্কাৰ পানীত থকা এবিধ জলজ প্ৰাণী৷ ডলফিন বুলি ক’লে আমাৰ চকু ৰ আগত ভাহি অহা ছবিখন কিন্তু সকলো ডলফিনৰ ক্ষেত্ৰতে নাখাটে৷ কাৰণ সাগৰৰ লুণীয়া পানীত থকা ডলফিনতকৈ পৰিষ্কাৰ পানী বা নদীত থকা শিহুবোৰ

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে Read More »

প্ৰাণীৰ ধৱলতা

প্ৰাণীৰ ধৱলতা – published on Natun Rongmela, Dec, 2013 লেটিন ভাষাত এলবাছ (albus) মানে বগা৷ ইয়াক জন্মগত আসোঁৱাহ বুলি ধৰা হয়৷ ধৱলতাৰ মূল কাৰণ হ’ল, টাইৰ’ছিনেছি (tyrosinase) নামৰ কপাৰ থকা এনযাইম এটাৰ অনুপস্থিতি বা আসোঁৱাহৰ বাবে হোৱা এবিধ বিকাৰ৷ এই এনযাইমবিধে মানুহৰ চকু , ছাল, চুলি আদিত থকা ৰঞ্জক পদাৰ্থ সৃষ্টিকাৰী মেলামাইন প্ৰস্তুত কৰে৷ মেলামাইন

প্ৰাণীৰ ধৱলতা Read More »

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান – published on SISHUBANI, Rongmela Prakashan, April, 2017 ২০১৩ চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ‘খাদ্য আৰু কৃষি সংস্থা’ই [Food and Agriculture Organization; FAO] ২০১৬ বৰ্ষটোক আন্তৰ্জাতিক মাহ শস্য বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেই উদ্দেশ্য আগত ৰাখিয়েই ভাৰতৰ মাহ শস্য আৰু বীজ শস্যৰ বেহা-বেপাৰৰ লগত জড়িত

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান Read More »

ভিটামিন

ভিটামিন – published on Janasadharan Sunday Issue, 27Dec, 2009 আপোনাৰ বাৰু ভাগৰ লাগিছে নেকি? এটা ভিটামিন-‘বি’ টেবলেট খাওঁক৷ আপোনাৰ ঠাণ্ডা লাগিছে? ভিটামিন- ‘চি’ ৰ সম্পূৰ্ণ ‘কৰ্ছ’ এটা লওঁক৷ যদি আপোনাৰ চুলিখিনি উজ্জ্বল, চকুত লগা কৰিব বিচাৰিছে তেনেহ’লে ভিটামিন-‘ই’ ব্যৱহাৰ কৰক৷ ভিটামিন যিকোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবৰ বাবে নিতান্তই প্ৰয়োজন৷ ভিটামিনে আপোনাক সক্ৰিয়, চাপমুক্ত আৰু

ভিটামিন Read More »

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান – published on Natun Rongmela, October, 2014 বৰ্তমান একবিংশ শতিকাত থিয় হৈ আমি যেনিয়েই চাওঁ সকলোতে বিজ্ঞানৰ পৰশ অনুভৱ কৰা যায়৷ বিজ্ঞানৰ অৱদান মানৱ সমাজৰ কোনটো ক্ষেত্ৰত প্ৰয়োজন হোৱা নাই৷ আমি এইটো স্বীকাৰ কৰিবই লাগিব যে, বিশ্বৰ যিকেইখন দেশে বিজ্ঞানক আগতীয়াকৈ গ্ৰহণ কৰিছিল, সেই কেইখন বৰ্তমান প্ৰথম বিশ্বৰ দেশ হিচাপে

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান Read More »

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা – published on  Yearly Magazine Radhakrishnan, 2015 “If we teach today’s students as we taught yesterday’s, we rob them of tomorrow” – John Dewey জন ডিৱিৰ মতে, আমি যদি আজিৰ ছাত্ৰ-ছাত্ৰীসকলক আগৰ দিনত ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ দৰে শিকাও, তেনে কৰিলে তেওঁলোকৰ ভৱিষ্যতটো কাঢ়ি অনাৰ দৰে হ’ব৷ বহু শিক্ষাবিদৰ লগতে জন ডি

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা Read More »

Don`t copy text!