Ripunjay Bordoloi

Writing as a Hobby

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ – published on Natun Rongmela, Satsari, May, 2017 স্নেপ্‌চট-১ ঃ ‘নমামী ব্ৰহ্মপুত্ৰ’ উৎসৱৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা ‘শিহু’ অসমৰ জাতীয় জলজ প্ৰাণী হোৱাৰ লগতে ৰাষ্ট্ৰীয় জলজ প্ৰাণীও৷ শিহু অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগস্বৰূপ৷ কিন্তু এশিঙীয়া গঁড়ৰৰ দৰে শিহুক সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা বৰ্তমানলৈকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰাটো নায়েই লগতে ‘আৰণ্যক’ৰ […]

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ Read More »

ভাৰতৰ ডিএনএ ফিঙ্গাৰ প্ৰিণ্টিঙৰ পিতৃ লালজী সিং

ভাৰতৰ ডিএনএ ফিঙ্গাৰ প্ৰিণ্টিঙৰ পিতৃ লালজী সিং – published on Natun Rongmela, January, 2018 স্কটলেণ্ডৰ ডাক্টৰ হেনৰি ফড্‌ছক [Henry Faulds] বিশ্ববাসীয়ে যেনেকৈ ফিংগাৰ প্ৰিণ্টৰ পিতৃ বুলি কয়, ঠিক সেইদৰে ভাৰতীয়সকলে লালজী সিঙক ভাৰতৰ ডি.এন. এ. ফিংগাৰ প্ৰিণ্টৰ পিতৃ বুলি স্বীকৃতি দিছে৷ লালজী সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ যোৱানপুৰ জিলাৰ কালৱাৰি নামৰ এখন সৰু গাঁৱত ১৯৪৭ চনৰ

ভাৰতৰ ডিএনএ ফিঙ্গাৰ প্ৰিণ্টিঙৰ পিতৃ লালজী সিং Read More »

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে?

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে? – published on Ityadi Janasadharan, 13 September, 2009 ‘‘সৰ্বনাশী প্ৰাকৃতিক দুৰ্যোগ ছুনামীৰ ধ্বংসলীলা আৰম্ভ হোৱাৰ কেইমিনিটমানৰ আগতে ভাৰতীয় উপকূল অঞ্চলত থকা জীৱ-জন্তুবোৰ জাকে জাকে ওচৰৰ পাহাৰত উঠিছিলগৈ’’; এই বক্তব্য তামিলনাডু চৰকাৰৰ মুখ্য বন সংৰক্ষক জে. চি. কালাৰৰ৷ নাগাপট্টিনাম জিলাৰ পইণ্ট কেলিমাৰ অভয়ৰাণ্যৰ দুহাজাৰৰো অধিক জীৱ-জন্তুৰ ভিতৰত মাত্ৰ এটা বন গাহৰিহে মৃত্যুমুখত

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে? Read More »

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান – published on Satsari, April, 2018 ‘‘শিশুসকল আজন্ম বিজ্ঞানী৷’’– ৰিচাৰ্ড বাক্‌মিনষ্টাৰ ফুলাৰৰ এই বাক্যশাৰীকে সাৰোগত কৰি শিশুৰ ‘আকাশ চুবলৈ’ কৰা মনক বাস্তৱায়িত কৰিবলৈকে জন্ম হৈছিল ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ’৷ শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত [বৰ্তমানৰ বিশ্বনাথ জিলা] জন্ম লাভ কৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’টি হ’ল বিশিষ্ট বিজ্ঞান-লেখক ক্ষীৰধৰ বৰুৱাৰ মানসপুত্ৰ৷ পৰীক্ষা-নিৰীক্ষাভিত্তিক আনন্দময়

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান Read More »

শতিকাৰ ধুমকেতু আইছন

শতিকাৰ ধুমকেতু আইছন – published on Natun Rongmela, October, 2013 ধুমকেতু আমাৰ বাবে সদায় এটা ৰহস্যৰে আগুৰা বস্তু হৈ আছে৷ আমি নিজৰ এটা জীৱনকালত দেখা ধুমকেতুবোৰ কেতিয়াও পুনৰাই দেখা নাপাওঁ৷ তাৰে কিছুমান বহু হাজাৰ বছৰ পিছত পুনৰ পৃথিৱীলৈ আহে আৰু কিছুমান ধ্বংস হৈ পৰে৷ ধুমকেতু বহু আলোকবৰ্ষ দূৰৈত থকা কোনো নক্ষত্ৰপুঞ্জৰ পৰা ফালৰি কাটি অহা

শতিকাৰ ধুমকেতু আইছন Read More »

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে – published on Deubariaya Khabar, Asamiya Khabar, 29 April, 2012 & Bansurabhi, 30 November, 2013 শিহু পৰিষ্কাৰ পানীত থকা এবিধ জলজ প্ৰাণী৷ ডলফিন বুলি ক’লে আমাৰ চকু ৰ আগত ভাহি অহা ছবিখন কিন্তু সকলো ডলফিনৰ ক্ষেত্ৰতে নাখাটে৷ কাৰণ সাগৰৰ লুণীয়া পানীত থকা ডলফিনতকৈ পৰিষ্কাৰ পানী বা নদীত থকা শিহুবোৰ

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে Read More »

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা – published on Deubariya Khabar, Asamiya Khabar, 6 October, 2013 Bigyan Jeuti, August-September, 2014 আপোনালোকে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰৰ দৰে বিভিন্ন হিন্দু দেৱ-দেৱীৰ নামত থকা মন্দিৰৰ কথা শুনিছে, কিন্তু বিজ্ঞানৰ নামতোযে মন্দিৰ আছে বহুতে নাজানে৷ কিন্তু কোনেও নজনা এই মন্দিৰ স্থাপন হৈছিল ১৯৫৭ চনত, পণ্ডিত জৱাহৰলাল নেহৰুৰ দিনত৷ ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা Read More »

প্ৰাণীৰ ধৱলতা

প্ৰাণীৰ ধৱলতা – published on Natun Rongmela, Dec, 2013 লেটিন ভাষাত এলবাছ (albus) মানে বগা৷ ইয়াক জন্মগত আসোঁৱাহ বুলি ধৰা হয়৷ ধৱলতাৰ মূল কাৰণ হ’ল, টাইৰ’ছিনেছি (tyrosinase) নামৰ কপাৰ থকা এনযাইম এটাৰ অনুপস্থিতি বা আসোঁৱাহৰ বাবে হোৱা এবিধ বিকাৰ৷ এই এনযাইমবিধে মানুহৰ চকু , ছাল, চুলি আদিত থকা ৰঞ্জক পদাৰ্থ সৃষ্টিকাৰী মেলামাইন প্ৰস্তুত কৰে৷ মেলামাইন

প্ৰাণীৰ ধৱলতা Read More »

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা – published on Natun Rongmela, 2015 পৃথিৱীখনেই হ’ল বিশ্বব্ৰহ্মাণ্ডৰ এনে এটা গ্ৰহ য’ত জীৱৰ অস্তিত্ব আছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে৷ পৃথিৱী নামৰ গ্ৰহটোত প্ৰাণী, উদ্ভিদ আৰু অনুজীৱসমূহ এক নিৰ্দিষ্ট অনুপাতত বিভিন্ন অংশত সিঁচৰিত হৈ আছে৷ এই বিচিত্ৰতা সাগাৰৰ তলিতে হওঁক, পবৰ্তৰ ওপৰতে হওঁক বা মৰুভূমিতে হওঁক, সকলোতে দেখা পোৱা যায়৷ এই সমগ্ৰ

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা Read More »

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে – published on Deubariya Khabar, Asamiya Khabar, 23 September, 2012 পৃথিৱী নামৰ গ্ৰহটোত থকা আন প্ৰাণীসমূহৰ দৰে মানুহ নামৰ জীৱবিধো জীয়াই থাকিব লগা হ’লহেঁতেন যদিহে মানুহৰ ‘মস্তিষ্ক’ নামৰ বস্তু এটা নাথাকিলে হয়৷ মানৱ জাতিক পশুৰ পৰা সভ্য কৰি তোলাৰ মূলতে হ’ল এই ধৰাত সময়ে সময়ে জন্ম লোৱা মহানপুৰুষসকল, যিসকলৰ

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে Read More »

Don`t copy text!