Ripunjay Bordoloi

Ripunjay Bordoloi

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান – published on Natun Rongmela, October, 2014 বৰ্তমান একবিংশ শতিকাত থিয় হৈ আমি যেনিয়েই চাওঁ সকলোতে বিজ্ঞানৰ পৰশ অনুভৱ কৰা যায়৷ বিজ্ঞানৰ অৱদান মানৱ সমাজৰ কোনটো ক্ষেত্ৰত প্ৰয়োজন হোৱা নাই৷ আমি এইটো স্বীকাৰ কৰিবই লাগিব যে, বিশ্বৰ যিকেইখন দেশে বিজ্ঞানক আগতীয়াকৈ গ্ৰহণ কৰিছিল, সেই কেইখন বৰ্তমান প্ৰথম বিশ্বৰ দেশ হিচাপে […]

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান Read More »

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা – published on  Yearly Magazine Radhakrishnan, 2015 “If we teach today’s students as we taught yesterday’s, we rob them of tomorrow” – John Dewey জন ডিৱিৰ মতে, আমি যদি আজিৰ ছাত্ৰ-ছাত্ৰীসকলক আগৰ দিনত ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ দৰে শিকাও, তেনে কৰিলে তেওঁলোকৰ ভৱিষ্যতটো কাঢ়ি অনাৰ দৰে হ’ব৷ বহু শিক্ষাবিদৰ লগতে জন ডি

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা Read More »

পাইৰ বিষয়ে জানো আহা

পাইৰ বিষয়ে জানো আহা – published on Natun Rongmela, Jun, 2015 আমি সকলোৱে কম বেছি পৰিমাণে পাইৰ বিষয়ে জানো৷ গণিতত পাইৰ বিষয়ে বৰ্তমানে বহু কথা সংযোগ কৰা হৈছে৷ বৰ্তমান বিশ্বত পাইৰ দশমিক মানৰ বিস্তৃতিকলৈ বিভিন্ন গৱেষণা চলি আছে৷ গণিতজ্ঞসকলে পাইৰ দশমিক মানৰ পুনৰাৱৰ্ত্তি ৰূপ পাবলৈ তীব্ৰবেগী কম্পিউটাৰক ব্যৱহাৰ কৰিও বৰ্তমানলৈকে সুফল লাভ কৰিব পৰা নাই৷

পাইৰ বিষয়ে জানো আহা Read More »

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস – published on Natun Rongmela June 2014 ১৯৯৮ চনৰ ১১ মে’ তাৰিখ, ভাৰতবৰ্ষৰ এটা অঞ্চল পোখৰাণ৷সেই দিনটোত সেই ঠাইত এনে এটা ঘটনা ঘটিল যাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ লগতে পোখৰাণৰ নাম সকলোৰে পৰিচিত হৈ পৰিল৷ ভাৰতীয় হিচাপে উক্ত ঘটনাই আমাক গৌৰৱান্বিত কৰিলে আৰু শত্ৰু দেশৰ মূৰৰ কামোৰণি হ’ল৷ সেইদিনাখন ৰাজস্থানৰ পোখৰাণত ত্ৰিশূল

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস Read More »

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ – published on Satsari, July 2014 মূগা পলু, এৰি পলু পুহিবলৈ বেছিকৈ ব্যৱহাৰ কৰা গছকেইজোপা হ’ল– এৰা গছ, মেজাংকৰি, চোম গছ, শোৱালু, দীঘলতি আদি৷ এই গছসমূহৰ ঔছধি গুণৰ বিষয়ে বহুতে নাজানে, জানিও বহুতে ব্যৱসায়িক দিশত মনোনিৱেশ কৰিব পৰা নাই৷ এই লিখনিৰ জৰিয়তে অসমত অপৰ্যাপ্ত পৰিমাণে পোৱা উদ্ভিদসমূহৰ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ Read More »

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি – published on Natun Rongmela, May, 2014 মনালিছাৰ হাঁহিটো যিমান ধুনীয়া, ফটোখনৰ শিল্পী লিঅ’নাৰ্ডও অতি সুন্দৰ দেহৰ অধিকাৰী আছিল৷ মনালিছাৰ দৰে এখনি সুন্দৰ মুখ, দুবাহুলৈকে বৈ পৰা কেঁকোৰা সোণালী চুলি, হিন্দুৰ ভগৱান কাৰ্তিকৰ দৰে সুঠাম দেহা, সুন্দৰ হাঁহি আৰু অতিকৈ শুৱলা মাতৰ অধিকাৰী আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ছবিখনৰ স্ৰষ্টাগৰাকী৷ মনালিছা এনে এখন

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি Read More »

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে – published on Natun Rongmela 2018 আমাৰ চাৰিওকাষ কিছুমান অদ্ভুত বস্তুৰে ঠাঁহ খাই আছে৷ এই বস্তুবোৰৰ কাৰণ ব্যাখ্যা কৰিব নোৱাৰাৰ বাবেই ভগৱানৰ অৱস্থিতি এতিয়াও মানুহৰ মনত আছে৷ বিজ্ঞানৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ দায়িত্ব হ’ল জনসাধাৰণক এই ভ্ৰান্ত ধাৰণা আৰু বিশ্বাসৰ পৰা মুক্ত কৰোৱা৷ ইয়াৰ বাবে আমি বাচি ল’ব

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে Read More »

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা – published on Natun Rongmela, 2017 আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা (International Union for Conservation of Nature,IUCN) এটা আন্তৰ্জাতিক অনুষ্ঠান৷ ১৯৪৮ চনৰ অক্টোবৰ মাহত ফ্ৰান্সৰ ফনটেইনব্লিউ [Fontainebleau] নামৰ ঠাইত অনুষ্ঠানটোৰ জন্ম হয়৷ অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাৰ কাষৰ গ্লেণ্ড নামৰ ঠাইত অৱস্থিত৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ মুখ্য পৰিচালক হিচাপে জুলিয়া মাৰ্টিন লিফিভ্ৰি

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা Read More »

আন্তৰ্জাতিক ভূমি বৰ্ষ

আন্তৰ্জাতিক ভূমি বৰ্ষ – published on Natun Rongmela, July 2015 2013 চনৰ 20 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ 68 তম সাধাৰণ পৰিষদত 2014 চনৰ ডিচেম্বৰৰ 5 তাৰিখটো বিশ্ব ভূমি দিন আৰু ২০১৫ বৰ্ষক আন্তৰ্জাতিক ভূমি বৰ্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে৷ এই ঘোষণাৰ দ্বাৰা পৃথিৱী নামৰ গ্ৰহটোত মাটিৰ গুৰুত্ব কিমান তাক সকলোকে বুজাই দিব বিচৰা হৈছে৷

আন্তৰ্জাতিক ভূমি বৰ্ষ Read More »

আন্তৰ্জাতিক পোহৰ বৰ্ষ

আন্তৰ্জাতিক পোহৰ বৰ্ষ – published on Bigyan Jeuti, Dec-Jan, 2014-15 আন্তৰ্জাতিক পোহৰ বৰ্ষ পেৰিছত থকা ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত ২০১৫ চনৰ ১৯ জনুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ লগতে অজিৰ পৰা এহাজাৰ বৰ্ষৰ আগৰ ইৰাকৰ ইবন অল্‌-হাইথেমে সেইসময়ৰ ধৰ্মীয় গোড়ামিক গুৰুত্ব নিদি সম্পূৰ্ণ শুদ্ধ বিজ্ঞান ধাৰণাৰ জন্ম দিছিল৷ ইয়াৰ আগৰ ইউৰোপীয় বিজ্ঞানী মহলে দাৰ্শনিক ভেটিৰ

আন্তৰ্জাতিক পোহৰ বৰ্ষ Read More »

Don`t copy text!