Ripunjay Bordoloi

communicating science

শিশুৰ বিকাশত খেল-ধেমালিৰ ভূমিকা

শিশুৰ বিকাশত খেল-ধেমালিৰ ভূমিকা – published on Gongutri, Feb,2012 ‘‘বাবু তই আহিছনে? লৱৰি আহ, দেউতাই আচাৰি লৈ গৈ আছে…৷’’ আগতে গাঁৱত এইকেইষাৰী বাক্য পুৱা-গধূলি শুনিয়েই থাকিব লাগে৷ কিন্তু আজিকালি কাচিৎহে শুনিবলৈ পোৱা যায়৷ ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰি আপোন পাহৰা হয়, তেতিয়া মাকে বা অন্য কোনোবাই বাপেকৰ এছাৰিৰ ভয় খুৱাবলৈ এই কেইশাৰী কথা ক’বলগীয়া হয়৷কণ কণ ল’ৰা-ছোৱালীৰ […]

শিশুৰ বিকাশত খেল-ধেমালিৰ ভূমিকা Read More »

অসমীয়া বিজ্ঞান সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক

অসমীয়া বিজ্ঞান সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক – published on Asamiya Bigyan Sahitya, Assam Science Writers’ Association, 2019 ‘‘হেল্ল’, হেল্ল’?’’‘‘হেল্ল’, কোনে কৈছে?’’‘‘আপুনি ক্ষীৰধৰ বৰুৱা নহয়নে?’’‘‘হয়, মই বৰুৱাই কৈছোঁ, আপুনি?’’‘‘নমস্কাৰ বৰুৱা৷ মই হোমেশ্বৰ কলিতা, শুৱালকুছিৰপৰা কৈছোঁ৷ আপুনি মোক চিনি নাপাব৷ মই কিন্তু আপোনাক যোৱা বাৰ বছৰে নিয়মীয়াকৈ লগ পায়েই আছোঁ৷’’‘‘আচৰিত, মই দুখিত মহাশয়৷ আপোনাৰ নামৰ কোনো ব্যক্তিকে মই

অসমীয়া বিজ্ঞান সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক Read More »

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ হোৱা ভাৰতীয় সকল

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ ভাৰতীয়সকল – published on Bigyan Jeuti, Oct-Nov, 2018 “Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses a scientific method, which may include questioning, observing physical reality, testing, hypothesizing, analyzing, and communicating. Scientific temper describes an attitude which involves the ahplication

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ হোৱা ভাৰতীয় সকল Read More »

মহাকাশত খোজকঢ়া মানুহজন আৰু নাই

মহাকাশত খোজকঢ়া মানুহজন আৰু নাই – published on Natun Rongmela, November 2019 ১৪৫২ চনত জন্ম লাভ কৰা শতিকাৰ শ্ৰেষ্ঠ দাৰ্শনিক, বিজ্ঞানী, চিত্ৰশিল্পী লিঅ’নাৰ্ড’-ডা-ভিঞ্চিয়ে কল্পনা কৰিছিল– মানুহ এটা সময়ত কোনো যন্ত্ৰৰ সহায়ত আকাশত উৰিব পাৰিব৷ তেওঁ এই কল্পনাৰ ওপৰত ভিত্তি কৰি চিত্ৰও অংকিত কৰিছিল৷ তেখেতৰ কল্পনাৰ উৰাজাহাজৰ চিত্ৰায়িত ৰূপে বাস্তৱিয়তা লাভ কৰিছিল ১৯০৩ চনত ৰাইট ভাতৃদ্বয়ৰ

মহাকাশত খোজকঢ়া মানুহজন আৰু নাই Read More »

বিষাক্ত সুবাস

বিষাক্ত সুবাস – published on Natun Rangmela, August 2018 আজি মই যি বিষয়ৰ ওপৰত লিখিব গৈছোঁ সেই বিষয়ে মই মোৰ ব্যক্তিগত জীৱনটো অলপ সাৱধান হোৱা উচিত বুলি অনুভৱ কৰাৰ লগতে পাঠকসকলকো এই বিষয়ে সজাগ হ’বলৈ অনুৰোধ জনালোঁ৷ সুবাস কেনেকৈ বিষাক্ত হৈ পৰিব পাৰে? তাতে পবিত্ৰ কামত নিজৰ মন-মস্তিষ্কক প্ৰফুল্লিত কৰিবলৈ ব্যৱহাৰ কৰা এইবিধ বিষাক্ত সুবাসৰ

বিষাক্ত সুবাস Read More »

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন – published on Bigyan Jeuti, April-May, 2018 ‘‘সময়ে বাৰু কিয় কেৱল সন্মুখলৈ গতি কৰে, কৃষ্ণ গহ্বৰ কিয় সম্পূৰ্ণ অদৃশ্য নহয়, বিশ্বব্ৰহ্মাণ্ডৰ আদি আৰু অন্ত ক’ত, মহাজগতৰ সৃষ্টিৰ আঁৰত ঈশ্বৰৰ ভূমিকা কি?…’’ আপোনালোকে হয়তো গম পাইছে এই ভাষ্য কাৰ! হয়, এই কথাষাৰী কৈছিল আইনষ্টাইনৰ উত্তৰসূৰীখ্যাত, বিশ্ববৰেণ্য তাত্ত্বিক পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে৷

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন Read More »

গণিতৰ নান্দনিকতা

গণিতৰ নান্দনিকতা – published on Bigyan Jeuti, Oct-Nov 2017 হাটীপতি তাৰকাৰাজ্যৰ অগণন সৌৰজগতৰ ভিতৰত সূৰ্য্যক কেন্দ্ৰ কৰি আমাৰখন অৱস্থিত৷ এইখন সৌৰজগতৰে তৃতীয়টি গ্ৰহ পৃথিৱীত জীৱ সৃষ্টিৰ বহু কোটি বছৰৰ পাছতহে হম’চেপিয়েনচ অৰ্থাৎ ‘মানৱ’ নামৰ প্ৰাণীটোৰ সৃষ্টি হ’ল৷ এই প্ৰাণীটোৰ মস্তিষ্কৰ আচৰিত ক্ষমতাই গ্ৰহটোত আধিপত্য বিস্তাৰ কৰাত সহায় কৰিলে৷ মানৱ মস্তিষ্কই অহৰ্নিশে প্ৰকৃতিৰ সত্য উদ্‌ঘাটনত ব্যস্ত

গণিতৰ নান্দনিকতা Read More »

পৰিৱেশ হিতৈষী কৰ’না

পৰিৱেশ হিতৈষী কৰ’না – published on 27 March Niyamia Barta, 2020 দ্বিতীয় বিশ্বযুদ্ধৰ দৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ বা কভিদ-১৯ এ ক্ষীপ্ৰতাৰেনিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ প্ৰথম বিশ্ব, দ্বিতীয় বিশ্বৰ দেশ বুলি নিজকে গৌৰৱান্বিত কৰা সকলো উন্নত দেশ কৰ’নাৰ আক্ৰমণত ধাৰাশায়ী হৈছে৷ বিশ্বৰ উন্নয়শীল আৰু দুখীয়া দেশসমূহে বিশ্বৰ আগশাৰীৰৰ দেশসমূহত কৰ’নাই সৃষ্টি কৰা

পৰিৱেশ হিতৈষী কৰ’না Read More »

টাইম কেপচুল

টাইম কেপচুল – published on Deubariya Khabar, Assamiya Khabar, 05/08/2012 সংগীত সম্ৰাট ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত তেওঁৰ ৰচনাৰাজিক বিভিন্ন জাতীয় সংগঠনকে ধৰি বিশিষ্ট ব্যক্তিসকলে টাইম কেপছুল কৰি ৰাখিবলৈ দাবী উত্থাপন কৰি আহিছে৷ অসমৰ ৰাইজৰ বাবে টাইম কেপছুল শব্দটো কিছু পৰিমাণে হ’লেও নতুন৷ আমাৰ গাঁৱৰ মানুহে আজিকালি ‘পিৰামিড’, ‘মামি’ আদি কি অলপ হ’লেও কিবা এটা জানে৷

টাইম কেপচুল Read More »

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া – published on Niyamia Barta, 2020 আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ২০০ ৰো অধিক দেশলৈ বিয়পি পৰা কভিড-১৯ বা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাবদ্ধ কৰিলে৷ সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, ক’ৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ এনৰ,

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া Read More »

Don`t copy text!