Ripunjay Bordoloi

Exposing Miracles

ডাইনী হত্যাঃ সামাজিক ব্যাধি

ডাইনী হত্যাঃ সামাজিক ব্যাধি – published on Anuranan, May, 2021 চিন্তনীয়ঃ ডাইনী হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য য’ত আইন আছে। তেনেস্থলত নিত্য নতুন হৃদয় বিদাৰক, মানৱ জাতিক লজ্জিত কৰা ঘটনা ঘটিয়েই আছে। বহুতে এইক্ষেত্ৰত অজ্ঞানতাই মূল কাৰণ বুলি ক’ব বিচাৰে। মোৰ দৃষ্টিত এনেবোৰ কাণ্ডত অজ্ঞানতাৰ প্ৰভাৱ ৩০ শতাংশতকৈ বেছি নহয়।যি ৭০ শতাংশৰ […]

ডাইনী হত্যাঃ সামাজিক ব্যাধি Read More »

শিশুৰ মুখ লগা কেনেকৈ ভাগিব?

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? – published on Bigyan Jyoti, 2020 “আয়ৈ দেহি ইমান ধুনীয়া ছোৱালী এইজনী। কাৰ জীয়েক অ’ ৰমলা?”“অ’ তই হ’বলা চিনিয়েই পোৱা নাই? এইজনী অমল ডাক্তৰৰ জীয়েক নহয় জানো?”“অ’ সেইকাৰণে গোঁসানী হেন চেহেৰা পাইছে।”ৰমলাই লগে লগে অমল ডাক্তৰৰ পৰিবাৰ জোনাকীক ফুচফুচাই কয়, “আজি লাউপাত কচুপাত জনীয়ে তোৰ ছোৱালীক যেনেকৈহে কৈছে!বগীৰামৰ ঘৰলৈ নি

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? Read More »

গুৰুৱে হৰিলে শনিক

গুৰুৱে হৰিলে শনিক – published on Bigyan Jyoti, 2020 আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা

গুৰুৱে হৰিলে শনিক Read More »

তুমি দেখাটো সঁচা নহ’বও পাৰে!

তুমি দেখাটো সঁচা নহ’বও পাৰে! – published on Anyayug, July, 2019 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধন ঘটায় ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান দিয়াইছিল৷ কিয়নো, নেহৰুৱে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক

তুমি দেখাটো সঁচা নহ’বও পাৰে! Read More »

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ হোৱা ভাৰতীয় সকল

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ ভাৰতীয়সকল – published on Bigyan Jeuti, Oct-Nov, 2018 “Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses a scientific method, which may include questioning, observing physical reality, testing, hypothesizing, analyzing, and communicating. Scientific temper describes an attitude which involves the ahplication

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ হোৱা ভাৰতীয় সকল Read More »

গুৰুৱে ঢাকিলে শনিক

গুৰুৱে হৰিলে শনিক – published on Bigyan Jyoti, 18-12-2020 আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা

গুৰুৱে ঢাকিলে শনিক Read More »

Don`t copy text!