Ripunjay Bordoloi

communicating science

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে…

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে… – published on Natun Rongmela, 2015 আজি এই প্ৰৱন্ধটিত, ২০১৪ বৰ্ষত শিশুৰ মাজত বিজ্ঞান মানসিতা গঢ় দিয়াত সহায় কৰা ব্যক্তি হিচাপে স্বীকৃতি দিয়া অভিজিত শৰ্মা বৰুৱাৰ বিষয়ে পাঠক সমাজক কিছু কথা জনাবলৈ বিচৰা হৈছে৷ ভাৰত-চীন যুদ্ধৰ এবছৰৰ আগতে ১৯৬১ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে এইজনা লিখি লিখি হেঁপাহ নপলোৱা […]

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে… Read More »

ভূত থকা গছজোপাৰ কথাৰে…

ভূত থকা গছজোপাৰ কথাৰে… – published on Natun Rongmela, May, 2015 ‘‘ভয়েই ভূত’’– অৰ্থাৎ, যাৰ অন্তৰত ভয় আছে তেওঁ সকলোতে ভূত দেখে৷ তাৰোপৰি কিছুমান ক্ষেত্ৰত অজ্ঞানতাও ভূত বিশ্বাস কৰাৰ কাৰণ হয়৷ যেতিয়া কোনো ব্যক্তিয়ে প্ৰকৃতিত ঘটা ঘটনা কিছুমানৰ কাৰণ নাজানে তেতিয়া তেনে কৰ্মসমূহ কোনো অদৃষ্ট শক্তিয়ে কৰিছে বুলি ধৰি লয়৷ এতিয়া আচল কথালৈ আহোঁ৷ ভূত

ভূত থকা গছজোপাৰ কথাৰে… Read More »

ভোট জলকীয়া

ভোট জলকীয়া – published on Natun Rangmela, September, 2015 ভোট জলকীয়াক বেংগলীত মৰিছ বা বিষ ঝাল বুলি কয়৷ তাৰোপৰি ইউ মৰক বা ৰঙা নগা জলকীয়া বুলি কোৱা ভোট জলকীয়াই বিশ্বৰ আটাইতকৈ বেছি জ্বলা গুণসম্পন্ন জলকীয়াৰ খিতাপ এটা সময়ত পাইছিল বুলি আমি সকলোৱে জানো৷ বৰ্তমানে মহিলাৰ সুৰক্ষাৰ বাবে ভোট জলকীয়াৰে বনোৱা স্প্ৰে বজাৰত উপলব্ধ হৈছে৷ ভোট

ভোট জলকীয়া Read More »

আমাৰ বেলিটোৰ জীৱনচক্ৰ

আমাৰ বেলিটোৰ জীৱনচক্ৰ – published on Natun Rongmela, July 2014 ‘‘ৰ’দালি এ ৰ’দ দে৷ আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম৷ তাতে বহি ৰ’দ দে৷’’ আমাৰ সকলোৰে পৰিচিত এই গীত ফাকি বাৰিষাকালত হোৱা অতিমাত্ৰা বৰষুণত অতিষ্ঠ হৈ গোৱা হয়৷ বাৰিষাকালত কেতিয়াবা বহুদিনলৈকে বেলিটো দেখিবলৈকে পোৱা নাযায়৷ বেলি বা সূৰ্য্যই হ’ল বৰ্তমানলৈকে পৃথিৱীবাসীয়ে ভালদৰে জানিব

আমাৰ বেলিটোৰ জীৱনচক্ৰ Read More »

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা – published on Natun Rongmela July 2018 ৰোহিণীকান্ত বৰুৱা… আজিৰ কিশোৰ-কিশোৰীৰ কাৰণে এক অপৰিচিত নাম৷ হয়তো বহুকেইজন বিজ্ঞান জগতৰ লগত জড়িত ব্যক্তিয়েও তেখেতৰ বিষয়ে জ্ঞাত নহয়৷ অসমৰ বিজ্ঞান জগতত খলকনি তোলা, অসম বিজ্ঞান সমিতিক ‘বিজ্ঞান জেউতি’ৰ দৰে কেৱল বিজ্ঞানৰ আলোচনীৰ জন্ম দিয়াত অনুপ্ৰেৰণা যোগোৱা এইগৰাকী নমস্য অসমী আইৰ সন্তানৰ

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা Read More »

তুমি দেখাটো সঁচা নহ’বও পাৰে!

তুমি দেখাটো সঁচা নহ’বও পাৰে! – published on Anyayug, July, 2019 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধন ঘটায় ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান দিয়াইছিল৷ কিয়নো, নেহৰুৱে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক

তুমি দেখাটো সঁচা নহ’বও পাৰে! Read More »

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে – published on Natun Rongmela, November 2018 আমাৰ আগৰ লেখাত প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভাৰ জীৱনৰ বিষয়ে অৱগত কৰাইছিলো৷ ভেলিনটিনাৰ জীৱন কাহিনীয়ে হয়তো আমাৰ শিশু পাঠকসকলক যথেষ্টখিনি ৰোমান্সিত কৰিবলৈ সক্ষম হ’ব৷ কাৰণ বিশ্বৰ কোটি কোটি মহিলাৰ ভিতৰত কেৱল ভেলিনটিনাইহে মহাকাশলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছিল৷ যিনহওক আজি আমি আন এগৰাকী মহাকাশ

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে Read More »

মহাকাশত নাৰী

মহাকাশত নাৰী – published on Natun Rangmela, Dec, 2018 ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভা [Valentina Vladimirovna Tereshkova] ঃ এইগৰাকী মহিলাক বিশ্বৰ প্ৰথম গৰাকী মহাকাশচাৰী হিচাপে স্বীকৃতি দিয়া হয়৷ ১৯৩৭ চনৰ ৬ মাৰ্চত সেইসময়ৰ ছোভিয়েট ৰুছিয়াৰ টুটায়েভস্কি নামৰ জিলাৰ মাছলেন্নিক’ভ’ নামৰ গাঁৱত জন্মগ্ৰহণ কৰা ভেলিনটিনাই ভচটক-৬ নামৰ মহাকাশযানৰ সহায়ত ১৯৬৩ চনত মহাকাশত নাৰীশক্তিৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল৷ ভেলিন্‌টিনাৰ

মহাকাশত নাৰী Read More »

হাবল মহাকাশ দূৰবীণৰ মহাকাশত তিনিদশক অতিক্ৰম

হাবল মহাকাশ দূৰবীণৰ মহাকাশত তিনিদশক অতিক্ৰম – published on Satsari, Nov, 2019 বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন পৰিঘটনাৰ অধ্যয়নৰ বাবে মহাকাশত ভাহি থকা দূৰবীণ যন্ত্ৰবোৰৰ গুৰুত্ব অপৰিসীম৷ পৃথিৱীৰ বিজ্ঞানীসকলৰ বাবে তেনে এটা দূৰবীণ যন্ত্ৰ হ’ল ‘হাবল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ৷’ ১৯৯০ চনৰ ২৪ এপ্ৰিলত হাবল মহাকাশ দূৰবীণ উৎক্ষেপণ কৰা হৈছিল৷ হাবল মহাকাশ দূৰবীণটো একমাত্ৰ মহাকাশ দূৰবীণ নহয় যদিও ইয়াৰ

হাবল মহাকাশ দূৰবীণৰ মহাকাশত তিনিদশক অতিক্ৰম Read More »

চন্দ্ৰযানৰ সফলতাৰ পিছত এইবাৰ গগনযান

চন্দ্ৰযানৰ সফলতাৰ পিছত গগনযান – published on Natun Rongmela, Oct, 2019 ভাৰতবৰ্ষই চন্দ্ৰযান- ২ ৰ ক্ষেত্ৰত লাভ কৰা সফলতাই আজি বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে৷ কাৰণ চন্দ্ৰযানৰ সমস্ত পৰিকল্পনা আৰু ইয়াত প্ৰয়োজন হোৱা সকলো আহিলা-পাতি, প্ৰযুক্তি ভাৰতৰ নিজা৷ শেষ মুহূৰ্তত সংযোগ বিছিন্ন হ’লেও চন্দ্ৰযানে চন্দ্ৰৰ বাতাৱৰণত সফলতাৰে অন্তভুৰ্ক্তি হ’বলৈ সক্ষম হ’ল৷ বিশ্বৰ প্ৰায়বোৰ দেশৰ বিজ্ঞানীয়ে

চন্দ্ৰযানৰ সফলতাৰ পিছত এইবাৰ গগনযান Read More »

Don`t copy text!