Ripunjay Bordoloi

communicating science

পাইৰ বিষয়ে জানো আহা

পাইৰ বিষয়ে জানো আহা – published on Natun Rongmela, Jun, 2015 আমি সকলোৱে কম বেছি পৰিমাণে পাইৰ বিষয়ে জানো৷ গণিতত পাইৰ বিষয়ে বৰ্তমানে বহু কথা সংযোগ কৰা হৈছে৷ বৰ্তমান বিশ্বত পাইৰ দশমিক মানৰ বিস্তৃতিকলৈ বিভিন্ন গৱেষণা চলি আছে৷ গণিতজ্ঞসকলে পাইৰ দশমিক মানৰ পুনৰাৱৰ্ত্তি ৰূপ পাবলৈ তীব্ৰবেগী কম্পিউটাৰক ব্যৱহাৰ কৰিও বৰ্তমানলৈকে সুফল লাভ কৰিব পৰা নাই৷ […]

পাইৰ বিষয়ে জানো আহা Read More »

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস – published on Natun Rongmela June 2014 ১৯৯৮ চনৰ ১১ মে’ তাৰিখ, ভাৰতবৰ্ষৰ এটা অঞ্চল পোখৰাণ৷সেই দিনটোত সেই ঠাইত এনে এটা ঘটনা ঘটিল যাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ লগতে পোখৰাণৰ নাম সকলোৰে পৰিচিত হৈ পৰিল৷ ভাৰতীয় হিচাপে উক্ত ঘটনাই আমাক গৌৰৱান্বিত কৰিলে আৰু শত্ৰু দেশৰ মূৰৰ কামোৰণি হ’ল৷ সেইদিনাখন ৰাজস্থানৰ পোখৰাণত ত্ৰিশূল

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস Read More »

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ – published on Satsari, July 2014 মূগা পলু, এৰি পলু পুহিবলৈ বেছিকৈ ব্যৱহাৰ কৰা গছকেইজোপা হ’ল– এৰা গছ, মেজাংকৰি, চোম গছ, শোৱালু, দীঘলতি আদি৷ এই গছসমূহৰ ঔছধি গুণৰ বিষয়ে বহুতে নাজানে, জানিও বহুতে ব্যৱসায়িক দিশত মনোনিৱেশ কৰিব পৰা নাই৷ এই লিখনিৰ জৰিয়তে অসমত অপৰ্যাপ্ত পৰিমাণে পোৱা উদ্ভিদসমূহৰ

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ Read More »

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি – published on Natun Rongmela, May, 2014 মনালিছাৰ হাঁহিটো যিমান ধুনীয়া, ফটোখনৰ শিল্পী লিঅ’নাৰ্ডও অতি সুন্দৰ দেহৰ অধিকাৰী আছিল৷ মনালিছাৰ দৰে এখনি সুন্দৰ মুখ, দুবাহুলৈকে বৈ পৰা কেঁকোৰা সোণালী চুলি, হিন্দুৰ ভগৱান কাৰ্তিকৰ দৰে সুঠাম দেহা, সুন্দৰ হাঁহি আৰু অতিকৈ শুৱলা মাতৰ অধিকাৰী আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ছবিখনৰ স্ৰষ্টাগৰাকী৷ মনালিছা এনে এখন

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি Read More »

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে – published on Natun Rongmela 2018 আমাৰ চাৰিওকাষ কিছুমান অদ্ভুত বস্তুৰে ঠাঁহ খাই আছে৷ এই বস্তুবোৰৰ কাৰণ ব্যাখ্যা কৰিব নোৱাৰাৰ বাবেই ভগৱানৰ অৱস্থিতি এতিয়াও মানুহৰ মনত আছে৷ বিজ্ঞানৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ দায়িত্ব হ’ল জনসাধাৰণক এই ভ্ৰান্ত ধাৰণা আৰু বিশ্বাসৰ পৰা মুক্ত কৰোৱা৷ ইয়াৰ বাবে আমি বাচি ল’ব

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে Read More »

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা – published on Natun Rongmela, 2017 আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা (International Union for Conservation of Nature,IUCN) এটা আন্তৰ্জাতিক অনুষ্ঠান৷ ১৯৪৮ চনৰ অক্টোবৰ মাহত ফ্ৰান্সৰ ফনটেইনব্লিউ [Fontainebleau] নামৰ ঠাইত অনুষ্ঠানটোৰ জন্ম হয়৷ অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাৰ কাষৰ গ্লেণ্ড নামৰ ঠাইত অৱস্থিত৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ মুখ্য পৰিচালক হিচাপে জুলিয়া মাৰ্টিন লিফিভ্ৰি

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা Read More »

আন্তৰ্জাতিক ভূমি বৰ্ষ

আন্তৰ্জাতিক ভূমি বৰ্ষ – published on Natun Rongmela, July 2015 2013 চনৰ 20 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ 68 তম সাধাৰণ পৰিষদত 2014 চনৰ ডিচেম্বৰৰ 5 তাৰিখটো বিশ্ব ভূমি দিন আৰু ২০১৫ বৰ্ষক আন্তৰ্জাতিক ভূমি বৰ্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে৷ এই ঘোষণাৰ দ্বাৰা পৃথিৱী নামৰ গ্ৰহটোত মাটিৰ গুৰুত্ব কিমান তাক সকলোকে বুজাই দিব বিচৰা হৈছে৷

আন্তৰ্জাতিক ভূমি বৰ্ষ Read More »

আন্তৰ্জাতিক পোহৰ বৰ্ষ

আন্তৰ্জাতিক পোহৰ বৰ্ষ – published on Bigyan Jeuti, Dec-Jan, 2014-15 আন্তৰ্জাতিক পোহৰ বৰ্ষ পেৰিছত থকা ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত ২০১৫ চনৰ ১৯ জনুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ লগতে অজিৰ পৰা এহাজাৰ বৰ্ষৰ আগৰ ইৰাকৰ ইবন অল্‌-হাইথেমে সেইসময়ৰ ধৰ্মীয় গোড়ামিক গুৰুত্ব নিদি সম্পূৰ্ণ শুদ্ধ বিজ্ঞান ধাৰণাৰ জন্ম দিছিল৷ ইয়াৰ আগৰ ইউৰোপীয় বিজ্ঞানী মহলে দাৰ্শনিক ভেটিৰ

আন্তৰ্জাতিক পোহৰ বৰ্ষ Read More »

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা – published on Satsari, April, 2015 কোৱা হয় সকলো শিশুৱে জন্মতে এক সুস্থ আৰু সবল মস্তিষ্ক লৈ জন্মগ্ৰহণ কৰে৷ অৰ্থাৎ কোনোৱেই বেছি বা কম বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালী হিচাপে জন্ম নহয়৷ কথাটো সম্পূৰ্ণ সত্য নহয়৷ বহুত ল’ৰা-ছোৱালী এনে আছে যি নেকি জন্মৰ পিছৰে পৰা কিছুমান কথা নিজৰ আয়ত্তলৈ আনিব নোৱাৰে বা সহজে বোধগম্য

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা Read More »

ইমু চৰাই দেখিলোঁ…

ইমু চৰাই দেখিলোঁ… – published on Satsari, April, 2016 বিশ্বৰ দ্বিতীয় বৃহত্তম চৰাই ইমু [Emu Bird, Dromalius novaehollandiae] অষ্ট্ৰেলিয়াৰ সলনি অসমৰ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ হাজাৰিমলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিনয় শইকীয়াৰ ঘৰত দেখা পালোঁ৷ পোনপ্ৰথমে আচৰিত হলোঁ সুদূৰ অষ্ট্ৰেলিয়াৰ চৰাই, অসমৰ ঘৰ এখনত সাধাৰণভাৱে থকা ফুলনিৰ পৰিৱেশত জীয়াই থকা বাবে৷ সকলোবোৰ প্ৰশ্নৰ উত্তৰ

ইমু চৰাই দেখিলোঁ… Read More »

Don`t copy text!