Ripunjay Bordoloi

Writing as a Hobby

পৰিৱেশ হিতৈষী কৰ’না

পৰিৱেশ হিতৈষী কৰ’না – published on 27 March Niyamia Barta, 2020 দ্বিতীয় বিশ্বযুদ্ধৰ দৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ বা কভিদ-১৯ এ ক্ষীপ্ৰতাৰেনিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ প্ৰথম বিশ্ব, দ্বিতীয় বিশ্বৰ দেশ বুলি নিজকে গৌৰৱান্বিত কৰা সকলো উন্নত দেশ কৰ’নাৰ আক্ৰমণত ধাৰাশায়ী হৈছে৷ বিশ্বৰ উন্নয়শীল আৰু দুখীয়া দেশসমূহে বিশ্বৰ আগশাৰীৰৰ দেশসমূহত কৰ’নাই সৃষ্টি কৰা […]

পৰিৱেশ হিতৈষী কৰ’না Read More »

টাইম কেপচুল

টাইম কেপচুল – published on Deubariya Khabar, Assamiya Khabar, 05/08/2012 সংগীত সম্ৰাট ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত তেওঁৰ ৰচনাৰাজিক বিভিন্ন জাতীয় সংগঠনকে ধৰি বিশিষ্ট ব্যক্তিসকলে টাইম কেপছুল কৰি ৰাখিবলৈ দাবী উত্থাপন কৰি আহিছে৷ অসমৰ ৰাইজৰ বাবে টাইম কেপছুল শব্দটো কিছু পৰিমাণে হ’লেও নতুন৷ আমাৰ গাঁৱৰ মানুহে আজিকালি ‘পিৰামিড’, ‘মামি’ আদি কি অলপ হ’লেও কিবা এটা জানে৷

টাইম কেপচুল Read More »

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া – published on Niyamia Barta, 2020 আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ২০০ ৰো অধিক দেশলৈ বিয়পি পৰা কভিড-১৯ বা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাবদ্ধ কৰিলে৷ সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, ক’ৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ এনৰ,

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া Read More »

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা?

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা? – published on Bigyan Jeuti, 2020 চৰিত্ৰসমূহ বৰুৱাঃ অৱসৰপ্ৰাপ্ত শিক্ষক৷কলিতাঃ এজন ডেকা বিজ্ঞান শিক্ষক৷জোনাকীঃ নৱম মানৰ ছাত্ৰী৷চিক্‌লাঃ দশম মানৰ ছাত্ৰী৷অৰুণঃ একাদশ মানৰ ছাত্ৰ৷ৰুমিঃ বৰুৱাৰ ন-বিবাহিতা বোৱাৰী৷ বহু বছৰ হ’ল স্কুটাৰ নচলোৱা৷ চাইকেল বাদ দিয়া কিমান দিন হ’ল মনত নপৰে৷ নিজৰ কামখিনি খোজকাঢ়ি কৰিয়েই আৰাম পাওঁ৷ বেছি দূৰ হ’লে আজিকালি টম্‌টমত

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা? Read More »

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত – published on Bigyan Jeuti, 2021 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন৷ উক্ত দিনটোতে ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰামণে ‘ৰামণ প্ৰভাৱ’ আৱিষ্কাৰ কৰিছিল৷ যাৰবাবে ৰামণক ১৯৩০ চনত ন’বেল বটাৰে সন্মানিত কৰা হয়৷ আৰু ১৯৩০ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰাই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত Read More »

গুৰুৱে ঢাকিলে শনিক

গুৰুৱে হৰিলে শনিক – published on Bigyan Jyoti, 18-12-2020 আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা

গুৰুৱে ঢাকিলে শনিক Read More »

অসীমক জনা মানুহজন

অসীমক জনা মানুহজন – published in Xatxori, 01/06/2021 শ্ৰীনিবাস ৰামানুজন, এজন ব্যক্তি যাক কোৱা হয় `The Man Who Knew Infinity!’ সচাকৈয়ে আৰ্থিক অনাতনত পৰি কেৰাণীৰ চাকৰিৰে জীৱন নিৰ্বাহ কৰিবলগা ৰামানুজনৰ অনন্য প্ৰতিভা আৰু অসামান্য পাণ্ডিত্য আজিও সোণালী আখৰৰে জিলিকি আছে। তেনে এজন ব্যক্তিৰ বিষয়ে অসমীয়া বিজ্ঞান সাহিত্যৰ ভৰাল চহকী কৰি ডক্টৰ নয়নদীপ ডেকা বৰুৱাই লিখি

অসীমক জনা মানুহজন Read More »

Don`t copy text!