Ripunjay Bordoloi

Book Review

বিজয়িনীৰ বিজয় গাথা

বিজয়িনীৰ বিজয় গাথা – published on Bigyan Jeuti, 2021 বিদ্যালয়ৰ ব্যস্ততাপূৰ্ণ অনলাইন ক্লাছৰ মাজতে ডক্টৰ অদিতি বেজবৰুৱাৰ অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ জীৱন-আলেখ্যখন পঢ়ি বাৰুকৈ আপ্লুত হ’লো। ৩৫০ টকা মূল্যৰ ৩৬০ পৃষ্ঠাৰ কিতাপখন ২০২১চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। বিজয়িনীসকলৰ বিজয় গাথাই মোৰ মনত পেলালে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সেই বিখ্যাত কথাশাৰীলৈ। […]

বিজয়িনীৰ বিজয় গাথা Read More »

অসীমক জনা মানুহজন

অসীমক জনা মানুহজন – published in Xatxori, 01/06/2021 শ্ৰীনিবাস ৰামানুজন, এজন ব্যক্তি যাক কোৱা হয় `The Man Who Knew Infinity!’ সচাকৈয়ে আৰ্থিক অনাতনত পৰি কেৰাণীৰ চাকৰিৰে জীৱন নিৰ্বাহ কৰিবলগা ৰামানুজনৰ অনন্য প্ৰতিভা আৰু অসামান্য পাণ্ডিত্য আজিও সোণালী আখৰৰে জিলিকি আছে। তেনে এজন ব্যক্তিৰ বিষয়ে অসমীয়া বিজ্ঞান সাহিত্যৰ ভৰাল চহকী কৰি ডক্টৰ নয়নদীপ ডেকা বৰুৱাই লিখি

অসীমক জনা মানুহজন Read More »

Don`t copy text!