Ripunjay Bordoloi

Writing as a Hobby

আন্তৰ্জাতিক পোহৰ বৰ্ষ

আন্তৰ্জাতিক পোহৰ বৰ্ষ – published on Bigyan Jeuti, Dec-Jan, 2014-15 আন্তৰ্জাতিক পোহৰ বৰ্ষ পেৰিছত থকা ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত ২০১৫ চনৰ ১৯ জনুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ লগতে অজিৰ পৰা এহাজাৰ বৰ্ষৰ আগৰ ইৰাকৰ ইবন অল্‌-হাইথেমে সেইসময়ৰ ধৰ্মীয় গোড়ামিক গুৰুত্ব নিদি সম্পূৰ্ণ শুদ্ধ বিজ্ঞান ধাৰণাৰ জন্ম দিছিল৷ ইয়াৰ আগৰ ইউৰোপীয় বিজ্ঞানী মহলে দাৰ্শনিক ভেটিৰ […]

আন্তৰ্জাতিক পোহৰ বৰ্ষ Read More »

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা – published on Satsari, April, 2015 কোৱা হয় সকলো শিশুৱে জন্মতে এক সুস্থ আৰু সবল মস্তিষ্ক লৈ জন্মগ্ৰহণ কৰে৷ অৰ্থাৎ কোনোৱেই বেছি বা কম বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালী হিচাপে জন্ম নহয়৷ কথাটো সম্পূৰ্ণ সত্য নহয়৷ বহুত ল’ৰা-ছোৱালী এনে আছে যি নেকি জন্মৰ পিছৰে পৰা কিছুমান কথা নিজৰ আয়ত্তলৈ আনিব নোৱাৰে বা সহজে বোধগম্য

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা Read More »

ইমু চৰাই দেখিলোঁ…

ইমু চৰাই দেখিলোঁ… – published on Satsari, April, 2016 বিশ্বৰ দ্বিতীয় বৃহত্তম চৰাই ইমু [Emu Bird, Dromalius novaehollandiae] অষ্ট্ৰেলিয়াৰ সলনি অসমৰ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ হাজাৰিমলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিনয় শইকীয়াৰ ঘৰত দেখা পালোঁ৷ পোনপ্ৰথমে আচৰিত হলোঁ সুদূৰ অষ্ট্ৰেলিয়াৰ চৰাই, অসমৰ ঘৰ এখনত সাধাৰণভাৱে থকা ফুলনিৰ পৰিৱেশত জীয়াই থকা বাবে৷ সকলোবোৰ প্ৰশ্নৰ উত্তৰ

ইমু চৰাই দেখিলোঁ… Read More »

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে…

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে… – published on Natun Rongmela, 2015 আজি এই প্ৰৱন্ধটিত, ২০১৪ বৰ্ষত শিশুৰ মাজত বিজ্ঞান মানসিতা গঢ় দিয়াত সহায় কৰা ব্যক্তি হিচাপে স্বীকৃতি দিয়া অভিজিত শৰ্মা বৰুৱাৰ বিষয়ে পাঠক সমাজক কিছু কথা জনাবলৈ বিচৰা হৈছে৷ ভাৰত-চীন যুদ্ধৰ এবছৰৰ আগতে ১৯৬১ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে এইজনা লিখি লিখি হেঁপাহ নপলোৱা

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে… Read More »

ভূত থকা গছজোপাৰ কথাৰে…

ভূত থকা গছজোপাৰ কথাৰে… – published on Natun Rongmela, May, 2015 ‘‘ভয়েই ভূত’’– অৰ্থাৎ, যাৰ অন্তৰত ভয় আছে তেওঁ সকলোতে ভূত দেখে৷ তাৰোপৰি কিছুমান ক্ষেত্ৰত অজ্ঞানতাও ভূত বিশ্বাস কৰাৰ কাৰণ হয়৷ যেতিয়া কোনো ব্যক্তিয়ে প্ৰকৃতিত ঘটা ঘটনা কিছুমানৰ কাৰণ নাজানে তেতিয়া তেনে কৰ্মসমূহ কোনো অদৃষ্ট শক্তিয়ে কৰিছে বুলি ধৰি লয়৷ এতিয়া আচল কথালৈ আহোঁ৷ ভূত

ভূত থকা গছজোপাৰ কথাৰে… Read More »

ভোট জলকীয়া

ভোট জলকীয়া – published on Natun Rangmela, September, 2015 ভোট জলকীয়াক বেংগলীত মৰিছ বা বিষ ঝাল বুলি কয়৷ তাৰোপৰি ইউ মৰক বা ৰঙা নগা জলকীয়া বুলি কোৱা ভোট জলকীয়াই বিশ্বৰ আটাইতকৈ বেছি জ্বলা গুণসম্পন্ন জলকীয়াৰ খিতাপ এটা সময়ত পাইছিল বুলি আমি সকলোৱে জানো৷ বৰ্তমানে মহিলাৰ সুৰক্ষাৰ বাবে ভোট জলকীয়াৰে বনোৱা স্প্ৰে বজাৰত উপলব্ধ হৈছে৷ ভোট

ভোট জলকীয়া Read More »

আমাৰ বেলিটোৰ জীৱনচক্ৰ

আমাৰ বেলিটোৰ জীৱনচক্ৰ – published on Natun Rongmela, July 2014 ‘‘ৰ’দালি এ ৰ’দ দে৷ আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম৷ তাতে বহি ৰ’দ দে৷’’ আমাৰ সকলোৰে পৰিচিত এই গীত ফাকি বাৰিষাকালত হোৱা অতিমাত্ৰা বৰষুণত অতিষ্ঠ হৈ গোৱা হয়৷ বাৰিষাকালত কেতিয়াবা বহুদিনলৈকে বেলিটো দেখিবলৈকে পোৱা নাযায়৷ বেলি বা সূৰ্য্যই হ’ল বৰ্তমানলৈকে পৃথিৱীবাসীয়ে ভালদৰে জানিব

আমাৰ বেলিটোৰ জীৱনচক্ৰ Read More »

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা – published on Natun Rongmela July 2018 ৰোহিণীকান্ত বৰুৱা… আজিৰ কিশোৰ-কিশোৰীৰ কাৰণে এক অপৰিচিত নাম৷ হয়তো বহুকেইজন বিজ্ঞান জগতৰ লগত জড়িত ব্যক্তিয়েও তেখেতৰ বিষয়ে জ্ঞাত নহয়৷ অসমৰ বিজ্ঞান জগতত খলকনি তোলা, অসম বিজ্ঞান সমিতিক ‘বিজ্ঞান জেউতি’ৰ দৰে কেৱল বিজ্ঞানৰ আলোচনীৰ জন্ম দিয়াত অনুপ্ৰেৰণা যোগোৱা এইগৰাকী নমস্য অসমী আইৰ সন্তানৰ

অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা Read More »

তুমি দেখাটো সঁচা নহ’বও পাৰে!

তুমি দেখাটো সঁচা নহ’বও পাৰে! – published on Anyayug, July, 2019 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধন ঘটায় ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান দিয়াইছিল৷ কিয়নো, নেহৰুৱে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক

তুমি দেখাটো সঁচা নহ’বও পাৰে! Read More »

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে – published on Natun Rongmela, November 2018 আমাৰ আগৰ লেখাত প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভাৰ জীৱনৰ বিষয়ে অৱগত কৰাইছিলো৷ ভেলিনটিনাৰ জীৱন কাহিনীয়ে হয়তো আমাৰ শিশু পাঠকসকলক যথেষ্টখিনি ৰোমান্সিত কৰিবলৈ সক্ষম হ’ব৷ কাৰণ বিশ্বৰ কোটি কোটি মহিলাৰ ভিতৰত কেৱল ভেলিনটিনাইহে মহাকাশলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছিল৷ যিনহওক আজি আমি আন এগৰাকী মহাকাশ

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে Read More »

Don`t copy text!