Ripunjay Bordoloi

science popularization

শিশুৰ মুখ লগা কেনেকৈ ভাগিব?

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? – published on Bigyan Jyoti, 2020 “আয়ৈ দেহি ইমান ধুনীয়া ছোৱালী এইজনী। কাৰ জীয়েক অ’ ৰমলা?”“অ’ তই হ’বলা চিনিয়েই পোৱা নাই? এইজনী অমল ডাক্তৰৰ জীয়েক নহয় জানো?”“অ’ সেইকাৰণে গোঁসানী হেন চেহেৰা পাইছে।”ৰমলাই লগে লগে অমল ডাক্তৰৰ পৰিবাৰ জোনাকীক ফুচফুচাই কয়, “আজি লাউপাত কচুপাত জনীয়ে তোৰ ছোৱালীক যেনেকৈহে কৈছে!বগীৰামৰ ঘৰলৈ নি […]

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? Read More »

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা?

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা? – published on Bigyan Jeuti, 2020 চৰিত্ৰসমূহ বৰুৱাঃ অৱসৰপ্ৰাপ্ত শিক্ষক৷কলিতাঃ এজন ডেকা বিজ্ঞান শিক্ষক৷জোনাকীঃ নৱম মানৰ ছাত্ৰী৷চিক্‌লাঃ দশম মানৰ ছাত্ৰী৷অৰুণঃ একাদশ মানৰ ছাত্ৰ৷ৰুমিঃ বৰুৱাৰ ন-বিবাহিতা বোৱাৰী৷ বহু বছৰ হ’ল স্কুটাৰ নচলোৱা৷ চাইকেল বাদ দিয়া কিমান দিন হ’ল মনত নপৰে৷ নিজৰ কামখিনি খোজকাঢ়ি কৰিয়েই আৰাম পাওঁ৷ বেছি দূৰ হ’লে আজিকালি টম্‌টমত

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা? Read More »

Don`t copy text!