অসীমক জনা মানুহজন

অসীমক জনা মানুহজন – published in Xatxori, 01/06/2021 শ্ৰীনিবাস ৰামানুজন, এজন ব্যক্তি যাক কোৱা হয় `The Man Who Knew Infinity!’ সচাকৈয়ে আৰ্থিক অনাতনত পৰি কেৰাণীৰ চাকৰিৰে জীৱন নিৰ্বাহ কৰিবলগা ৰামানুজনৰ অনন্য প্ৰতিভা আৰু অসামান্য পাণ্ডিত্য আজিও সোণালী আখৰৰে জিলিকি আছে। তেনে এজন ব্যক্তিৰ বিষয়ে অসমীয়া বিজ্ঞান সাহিত্যৰ ভৰাল চহকী কৰি ডক্টৰ নয়নদীপ ডেকা বৰুৱাই লিখি […]

অসীমক জনা মানুহজন Read More »