প্ৰাণীৰ ধৱলতা

প্ৰাণীৰ ধৱলতা – published on Natun Rongmela, Dec, 2013 লেটিন ভাষাত এলবাছ (albus) মানে বগা৷ ইয়াক জন্মগত আসোঁৱাহ বুলি ধৰা হয়৷ ধৱলতাৰ মূল কাৰণ হ’ল, টাইৰ’ছিনেছি (tyrosinase) নামৰ কপাৰ থকা এনযাইম এটাৰ অনুপস্থিতি বা আসোঁৱাহৰ বাবে হোৱা এবিধ বিকাৰ৷ এই এনযাইমবিধে মানুহৰ চকু , ছাল, চুলি আদিত থকা ৰঞ্জক পদাৰ্থ সৃষ্টিকাৰী মেলামাইন প্ৰস্তুত কৰে৷ মেলামাইন […]

প্ৰাণীৰ ধৱলতা Read More »