ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত – published on Bigyan Jeuti, 2021 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন৷ উক্ত দিনটোতে ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰামণে ‘ৰামণ প্ৰভাৱ’ আৱিষ্কাৰ কৰিছিল৷ যাৰবাবে ৰামণক ১৯৩০ চনত ন’বেল বটাৰে সন্মানিত কৰা হয়৷ আৰু ১৯৩০ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰাই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু […]

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত Read More »