পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম – published on Sabda Silpar Kasiyali, 25-5-2021 সৌসিদিনা দৈনিক অসম বাতৰি কাকতৰ সাংবাদিকে অৰণ্য মানৱ যাদৱ পায়েঙৰ সাক্ষাৎকাৰ লওঁতে অসমৰ মুখ্যমন্ত্ৰীক এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। তেখেতে সাক্ষাৎকাৰত কৈছিল, “আমাৰ শিক্ষা নীতিত পৰিৱেশৰ বিষয়টো ভালদৰে অন্তৰ্ভূক্ত কৰিব লাগিব।মূখ্যমন্ত্ৰীয়ে অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় পাতক। ল’ৰা-ছোৱালীবোৰে তেতিয়াহে পৰিৱেশৰ প্ৰতি সচেতন […]

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম Read More »