কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা – published on 13 April, Parikrama, Assamiya Pratidin, 2020 পোনপ্ৰথমে কৈছোঁ, অসমীয়া মানুহক কোনো কৰ’নাৰ দৰে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিলে হয় যদিহে আমি আমাৰ সমাজ ব্যৱস্থাৰ নীতি-নিয়ম মানি চলিলোহেঁতেন৷ আপোনালোকে এবাৰ ভাবি চাওঁকচোন, কৰ’নাাৰ বাবে সুৰক্ষিত হৈ থাকিবলৈ আমি কি কি সাৱধনতা ল’বলগীয়া হৈছে! এই সাৱধনতাসমূহ আমাৰ সমাজৰ কাৰণে […]

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা Read More »