Ripunjay Bordoloi

Manalisha

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি – published on Natun Rongmela, May, 2014 মনালিছাৰ হাঁহিটো যিমান ধুনীয়া, ফটোখনৰ শিল্পী লিঅ’নাৰ্ডও অতি সুন্দৰ দেহৰ অধিকাৰী আছিল৷ মনালিছাৰ দৰে এখনি সুন্দৰ মুখ, দুবাহুলৈকে বৈ পৰা কেঁকোৰা সোণালী চুলি, হিন্দুৰ ভগৱান কাৰ্তিকৰ দৰে সুঠাম দেহা, সুন্দৰ হাঁহি আৰু অতিকৈ শুৱলা মাতৰ অধিকাৰী আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ছবিখনৰ স্ৰষ্টাগৰাকী৷ মনালিছা এনে এখন […]

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি Read More »

গণিতৰ নান্দনিকতা

গণিতৰ নান্দনিকতা – published on Bigyan Jeuti, Oct-Nov 2017 হাটীপতি তাৰকাৰাজ্যৰ অগণন সৌৰজগতৰ ভিতৰত সূৰ্য্যক কেন্দ্ৰ কৰি আমাৰখন অৱস্থিত৷ এইখন সৌৰজগতৰে তৃতীয়টি গ্ৰহ পৃথিৱীত জীৱ সৃষ্টিৰ বহু কোটি বছৰৰ পাছতহে হম’চেপিয়েনচ অৰ্থাৎ ‘মানৱ’ নামৰ প্ৰাণীটোৰ সৃষ্টি হ’ল৷ এই প্ৰাণীটোৰ মস্তিষ্কৰ আচৰিত ক্ষমতাই গ্ৰহটোত আধিপত্য বিস্তাৰ কৰাত সহায় কৰিলে৷ মানৱ মস্তিষ্কই অহৰ্নিশে প্ৰকৃতিৰ সত্য উদ্‌ঘাটনত ব্যস্ত

গণিতৰ নান্দনিকতা Read More »

Don`t copy text!