বংশগতি আৰু মানৱ জীৱন

বংশগতি আৰু মানৱ জীৱন – published on Bigyan Jeuti, Feb-March, 2010 “হেৰৌ পুতুকণৰ বোৱাৰী, তোৰ ল’ৰাটোৰ গঢ় যে বাপেকৰ নিচিনাই হৈছে পায়৷ নাকটোহে তোৰ লগত মিলে…৷” সদ্যোজাত শিশুক এনেদৰে মন্তব্য কৰাটো সকলাৰে অভ্যাসৰ দৰে৷ সাইলাখ মাক-বাপেকৰ নিচিনা নহ’লেও ল’ৰা-ছাৱোলীয়ে যে বহু পৰিমাণে মাক-বাপেকৰ গঢ় পায় সেইটো সকলােৱেই জানে৷ কিয় বা কেনেকৈ সতি-সন্ততিয়ে বংশানুক্ৰমে পিতৃ-পিতামহৰ গুণাগুণ […]

বংশগতি আৰু মানৱ জীৱন Read More »