গুৰুৱে হৰিলে শনিক

গুৰুৱে হৰিলে শনিক – published on Bigyan Jyoti, 2020 আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা […]

গুৰুৱে হৰিলে শনিক Read More »