তুমি দেখাটো সঁচা নহ’বও পাৰে!

তুমি দেখাটো সঁচা নহ’বও পাৰে! – published on Anyayug, July, 2019 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধন ঘটায় ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান দিয়াইছিল৷ কিয়নো, নেহৰুৱে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক […]

তুমি দেখাটো সঁচা নহ’বও পাৰে! Read More »