চন্দ্ৰযানৰ সফলতাৰ পিছত এইবাৰ গগনযান

চন্দ্ৰযানৰ সফলতাৰ পিছত গগনযান – published on Natun Rongmela, Oct, 2019 ভাৰতবৰ্ষই চন্দ্ৰযান- ২ ৰ ক্ষেত্ৰত লাভ কৰা সফলতাই আজি বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে৷ কাৰণ চন্দ্ৰযানৰ সমস্ত পৰিকল্পনা আৰু ইয়াত প্ৰয়োজন হোৱা সকলো আহিলা-পাতি, প্ৰযুক্তি ভাৰতৰ নিজা৷ শেষ মুহূৰ্তত সংযোগ বিছিন্ন হ’লেও চন্দ্ৰযানে চন্দ্ৰৰ বাতাৱৰণত সফলতাৰে অন্তভুৰ্ক্তি হ’বলৈ সক্ষম হ’ল৷ বিশ্বৰ প্ৰায়বোৰ দেশৰ বিজ্ঞানীয়ে […]

চন্দ্ৰযানৰ সফলতাৰ পিছত এইবাৰ গগনযান Read More »