বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন – published on Bigyan Jeuti, April-May, 2018 ‘‘সময়ে বাৰু কিয় কেৱল সন্মুখলৈ গতি কৰে, কৃষ্ণ গহ্বৰ কিয় সম্পূৰ্ণ অদৃশ্য নহয়, বিশ্বব্ৰহ্মাণ্ডৰ আদি আৰু অন্ত ক’ত, মহাজগতৰ সৃষ্টিৰ আঁৰত ঈশ্বৰৰ ভূমিকা কি?…’’ আপোনালোকে হয়তো গম পাইছে এই ভাষ্য কাৰ! হয়, এই কথাষাৰী কৈছিল আইনষ্টাইনৰ উত্তৰসূৰীখ্যাত, বিশ্ববৰেণ্য তাত্ত্বিক পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে৷ […]

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন Read More »