মহাকাশত নাৰী

মহাকাশত নাৰী – published on Natun Rangmela, Dec, 2018 ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভা [Valentina Vladimirovna Tereshkova] ঃ এইগৰাকী মহিলাক বিশ্বৰ প্ৰথম গৰাকী মহাকাশচাৰী হিচাপে স্বীকৃতি দিয়া হয়৷ ১৯৩৭ চনৰ ৬ মাৰ্চত সেইসময়ৰ ছোভিয়েট ৰুছিয়াৰ টুটায়েভস্কি নামৰ জিলাৰ মাছলেন্নিক’ভ’ নামৰ গাঁৱত জন্মগ্ৰহণ কৰা ভেলিনটিনাই ভচটক-৬ নামৰ মহাকাশযানৰ সহায়ত ১৯৬৩ চনত মহাকাশত নাৰীশক্তিৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল৷ ভেলিন্‌টিনাৰ […]

মহাকাশত নাৰী Read More »