কল্পবিজ্ঞান

কল্পবিজ্ঞান – published on Natun Rongmela, October, 2015 ‘কল্পবিজ্ঞান’ বুলি ক’লে বিশ্বৰ বহুকেইজন কল্পবিজ্ঞান লেখকৰ নাম মনলৈ আহে৷ সেইসকল মহান লেখকৰ ভিতৰত বিশেষকৈ জুল ভাৰ্ন, এইচ জি ৱেলচ আৰু ৰবাৰ্ট লুই ষ্টিভেনছনৰ কথাকে লিখিব ওলাইছো৷ এই তিনিগৰাকী ব্যক্তিৰ কল্পবিজ্ঞানৰ লিখনিয়ে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল৷ বৰ্তমান কালৰ কল্পবিজ্ঞানৰ ভেটি স্থাপনত তিনিওগৰাকী ব্যক্তিৰ গুৰুত্ব অপৰিসীম৷জুলভাৰ্নে জীৱনত […]

কল্পবিজ্ঞান Read More »