এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে – published on Natun Rongmela, November 2018 আমাৰ আগৰ লেখাত প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভাৰ জীৱনৰ বিষয়ে অৱগত কৰাইছিলো৷ ভেলিনটিনাৰ জীৱন কাহিনীয়ে হয়তো আমাৰ শিশু পাঠকসকলক যথেষ্টখিনি ৰোমান্সিত কৰিবলৈ সক্ষম হ’ব৷ কাৰণ বিশ্বৰ কোটি কোটি মহিলাৰ ভিতৰত কেৱল ভেলিনটিনাইহে মহাকাশলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছিল৷ যিনহওক আজি আমি আন এগৰাকী মহাকাশ […]

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে Read More »