আমাৰ বেলিটোৰ জীৱনচক্ৰ

আমাৰ বেলিটোৰ জীৱনচক্ৰ – published on Natun Rongmela, July 2014 ‘‘ৰ’দালি এ ৰ’দ দে৷ আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম৷ তাতে বহি ৰ’দ দে৷’’ আমাৰ সকলোৰে পৰিচিত এই গীত ফাকি বাৰিষাকালত হোৱা অতিমাত্ৰা বৰষুণত অতিষ্ঠ হৈ গোৱা হয়৷ বাৰিষাকালত কেতিয়াবা বহুদিনলৈকে বেলিটো দেখিবলৈকে পোৱা নাযায়৷ বেলি বা সূৰ্য্যই হ’ল বৰ্তমানলৈকে পৃথিৱীবাসীয়ে ভালদৰে জানিব […]

আমাৰ বেলিটোৰ জীৱনচক্ৰ Read More »