গণিতৰ নান্দনিকতা
গণিতৰ নান্দনিকতা – published on Bigyan Jeuti, Oct-Nov 2017 হাটীপতি তাৰকাৰাজ্যৰ অগণন সৌৰজগতৰ ভিতৰত সূৰ্য্যক কেন্দ্ৰ কৰি আমাৰখন অৱস্থিত৷ এইখন সৌৰজগতৰে তৃতীয়টি গ্ৰহ পৃথিৱীত জীৱ সৃষ্টিৰ বহু কোটি বছৰৰ পাছতহে হম’চেপিয়েনচ অৰ্থাৎ ‘মানৱ’ নামৰ প্ৰাণীটোৰ সৃষ্টি হ’ল৷ এই প্ৰাণীটোৰ মস্তিষ্কৰ আচৰিত ক্ষমতাই গ্ৰহটোত আধিপত্য বিস্তাৰ কৰাত সহায় কৰিলে৷ মানৱ মস্তিষ্কই অহৰ্নিশে প্ৰকৃতিৰ সত্য উদ্ঘাটনত ব্যস্ত […]