আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা – published on Natun Rongmela, 2017 আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা (International Union for Conservation of Nature,IUCN) এটা আন্তৰ্জাতিক অনুষ্ঠান৷ ১৯৪৮ চনৰ অক্টোবৰ মাহত ফ্ৰান্সৰ ফনটেইনব্লিউ [Fontainebleau] নামৰ ঠাইত অনুষ্ঠানটোৰ জন্ম হয়৷ অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাৰ কাষৰ গ্লেণ্ড নামৰ ঠাইত অৱস্থিত৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ মুখ্য পৰিচালক হিচাপে জুলিয়া মাৰ্টিন লিফিভ্ৰি […]

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা Read More »