জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা – published on Satsari, April, 2015 কোৱা হয় সকলো শিশুৱে জন্মতে এক সুস্থ আৰু সবল মস্তিষ্ক লৈ জন্মগ্ৰহণ কৰে৷ অৰ্থাৎ কোনোৱেই বেছি বা কম বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালী হিচাপে জন্ম নহয়৷ কথাটো সম্পূৰ্ণ সত্য নহয়৷ বহুত ল’ৰা-ছোৱালী এনে আছে যি নেকি জন্মৰ পিছৰে পৰা কিছুমান কথা নিজৰ আয়ত্তলৈ আনিব নোৱাৰে বা সহজে বোধগম্য […]

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা Read More »