বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা – published on Spandan, NCSC Souvenir, 2013 বিশ্বনাথ চাৰিআলি অঞ্চলত বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বহুকেইজন ব্যক্তিৰ কথাকে উল্লেখ কৰিব লাগিব৷ পোনপ্ৰথনে আমি যাব লাগিব আজিৰ পৰা এশ ষাঠি বছৰ আগলৈ অৰ্থাৎ ১৮৫৫ চনতে গহপুৰৰ নিধি লেৱাই ফাৰৱেল ওৰফে নিধিৰাম কেওঁটে ইংৰাজ মিছনেৰীৰ সান্নিধ্যত অসমীয়া ভাষাৰ বিজ্ঞানৰ প্ৰথমখন পুথি […]

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা Read More »