ভোট জলকীয়া

ভোট জলকীয়া – published on Natun Rangmela, September, 2015 ভোট জলকীয়াক বেংগলীত মৰিছ বা বিষ ঝাল বুলি কয়৷ তাৰোপৰি ইউ মৰক বা ৰঙা নগা জলকীয়া বুলি কোৱা ভোট জলকীয়াই বিশ্বৰ আটাইতকৈ বেছি জ্বলা গুণসম্পন্ন জলকীয়াৰ খিতাপ এটা সময়ত পাইছিল বুলি আমি সকলোৱে জানো৷ বৰ্তমানে মহিলাৰ সুৰক্ষাৰ বাবে ভোট জলকীয়াৰে বনোৱা স্প্ৰে বজাৰত উপলব্ধ হৈছে৷ ভোট […]

ভোট জলকীয়া Read More »